The House of 1000 Mirrors

কমলা পছন্দ (KP) অলপ চোবাই চোবাই"
পলাশ ৰবা, আজি ১৫ আগষ্ট নহয় জানো STATUS এটা দি লও বুলি সি ওচৰৰে ৱাল খনলৈ পিকাই পঠিয়ালে ,
**জন-গন-মন-অধিনায়ক জয় হে
ভাৰত-ভাগ্য-বিধাতা
জয় হে, জয় হে, জয় হে,
জয় জয় জয় জয় হে।**
ৰাষ্ট্ৰীয় সংগীত টি এক মধুৰ শব্দত বাজি উঠিল তাৰ statust ,,
মই কলো এইয়া দেশ প্ৰেম হয় জানো ?
ভাৰতবৰ্ষ স্বাধীন হল জানো ?
ভাৰত খন স্বাধীন হোৱা নাই ,আজি লৈকে , বুলি কওঁতে সি মোৰ ফালে অলপ বেকাকে চালে যদিও মই ৰৈ যোৱা নাছিলোঁ ,মোৰ দুখ লাগিছিল ,গোটেই দিন টো ফেচবুকত whtsppp ত
বুলি ১০ ত মান video দি তুমি দেশ খন নিজৰ বুলি কব নোৱাৰা যেতিয়ালৈকে তুমি নিজৰ মনেৰে মানি নোলোৱা ,যেতিয়া লৈকে তুমি এইবোৰ নকৰা যতে ততে জাবৰ পেলোৱা ,পৰা ধৰি যতে ততে পিকোৱা , যতে ততে শৌচ কৰা ,এইবোৰে তোমাৰ ভাল পোৱা উদঙাই দিছে বুলি কলো
স্বাধীনতা দিৱস whtsppt সীমিত নেকি ?
নে facebook ত ?
দেশ খনক ভাল পাব শিকা ,অলপ মৰম পাবা , আনক দেখুৱাই whtapp ত ট্ৰেণ্ড follow কৰি ,video আপলোড কৰি ,তুমি যদি যতে ততে লেতেৰা কৰি ,মা ভাৰতী ক দুখ দিয়া সেইয়া ভাল পোৱা নহয় বুলি কলো ,সেইবোৰ শুনি সি একো কোৱা নাছিল যদিও ,ওচৰৰে দোকান খনৰ পৰা পানী এবতল আনি ৱাল খনত ঢালি দিলে ,যদিও অলপ চেক থাকি গল ,মই কলো ,বেয়া কাম বোৰ শুধৰাব লৈ সময় লাগে ,কিন্তু বেয়া কৰিবলৈ বা বেয়া হবলৈ সময় নালাগে , যেনেদৰে পিকাবলৈ সময় নালগিল ,কিন্তু এতিয়া চেকা টো একেবাৰে যোৱা নাই ,তেনেদৰেই সময়ৰ প্ৰযোজন হয় ,,
আশা কৰোঁ বুজি পাইছা বুলি তাৰ ফালে মূৰ কৰিলোঁ যদিও সি একো মাত নিদিলে ,আৰু মই গৈ থাকোঁ বুলি ৰোম লৈ গুচি আহিলো
এৰা আমি বোৰ বৰ বেছি degitalized হৈ গলো ,
আশা কৰোঁ আপুনি মোৰ লিখনি টো বেলেগ ভাবে নলয় ,আমি ভাৰতীয় ,আমি ভাল পাও দেশ খনক ,সকলোকে whtsppr মাধ্যমে শুভেচ্ছা নজনালেও ,ইয়াৰ পৰাই ৭৪ ত স্বাধীনতা দিবস ৰ শুভেচ্ছা জনালোঁ ,ধন্যবাদ
পলাশ উপাধ্যায়
গুৱাহাটী অসম
(যদি কিবা ভুল হৈছে ,অনুগ্ৰহ কৰি মোক জনাব মই উত্তৰ দিয়াৰ চেষ্টা কৰিম?
মোৰ আগৰ খণ্ড কেইটা আগৰ ধৰণে ই আগবঢ়াই যাম )
Va
ReplyDeleteThank you .keep reading
DeleteHappy independence day
ReplyDeleteThank you .keep reading
Delete