The House of 1000 Mirrors

২০১৪ চনৰ hs result দিয়া পাছৰ কিছু দিন পাছত মই নৰ্থ লখিমপুৰ কলেজ ত নাম ভৰ্তি কৰাৰ কথা থিৰাং কৰিলোঁ ,আৰু ইংৰাজী বিষয় টো major হিচাপে লম বুলি ভাবি prospectus খন লবলৈ লখিমপুৰ আহিলো ,
গোটেই কাম বোৰ কৰি ঘৰলৈ উভতি যোৱাৰ বাবে bus standt ত ৰৈ আছিল ইতিমধ্যে সময় সন্ধিয়া হৈছিল ,আৰু মেজিক এখনত উঠিলো,ঠিক তেনেদৰেই কিছু দুৰ অহা পাছত মেজিক খন ৰখাই দিলে ,মইও ভাবিলো ,কোনোবা উঠিব চাগে ,
কিন্তু এইয়া নন্দিতা আৰু তাইৰ লগত এজন পুৰুষ ,মই থৰ লাগি ৰলো ,যিবোৰ কথা ইমান দিন ধৰি পাহৰিবলৈ চেষ্টা কৰি আছিলোঁ ,আকৌ সকলো বোৰ এটি দুৰ্ঘটনা গ্ৰস্ত বাহনৰ নিচিনা কৈ সকলো বোৰ যেন চুৰ্ণ বিচুৰ্ণ হৈ গল ,
আৰে পলাশ কৰ পৰা ?
পলাশ ???
পলাশ বুলি তাই মোৰ হাত খন জোঁকাৰি দিলে
মই একো শুনা নাছিলোঁ ,মোৰ কিবা এটা হৈছিল ,
মইও থত মত খাই ,একো নোহোৱা নিচিনা কৈ মাত লগালোঁ
,sorry nandita , মই বেলেগ কিবা ভাবি আছিলোঁ , তাই মিছিকিয়া এটা হাঁহি মাৰিলে আৰু কলে result ৰ পাৰ্টি কত ?
(মোক যেন দুই থাপৰ মান লগাব মন আছিল ,এনেই মোৰ খং বেছি ,পাৰ্টি লাগে তোক ইমান নাটক হৈ গল মোৰ লগত ইমান কষ্ট পালোঁ ,even now i am facing the same ,party ,,oh god )
Hehe পাৰ্টি তুমি হে দিব লাগে ,বিয়া পাতিলা ,বুলি সুস্থ ভাবে কলো ,,
নাই ও বৰ সোনকালেই এইবোৰ কৰিব লগীয়া হল ,meet my husband subash ,
Hlw palash here,,,nanditas boyfriend (মই কলো)
Boy friend ? What ? বুলি subash এ কলে ।
(subash আৰু নন্দিতাই ইজনে সিজনৰ মুখলে চাই ৰল)
(আৰে পলাশ তই কি কৈ আছ ?বুলি নিজকে মনে মনে প্ৰশ্ন কৰিলোঁ )
sorry sorry i mean friend 😀😀 বুলি কৈ অলপ হাঁহি দিলোঁ ,
মই নন্দিতা লগতে পঢ়া ,same কলেজ বুলি কলো ,যদিও সুভাষ ৰ ফালৰ পৰা একো সহাঁৰি নাপালোঁ ,বেয়া পালে চাগে , পাওক দে মোৰ কি যায় ৰে ,এনেই ইমান প্ৰব্লেম তাতে এইবোৰ ভাবি মাথা টো নষ্ট নকৰোঁ ,বুলি ভাবি নন্দিতাৰ মুখলৈ চালোঁ ,তাই আৰু ধুনীয়া হৈছিল ,মোক এনেও ছোৱালী মানুহবোৰে চাদৰ মেখেলা পিন্ধিলে ভাল লাগে ,
যদিও তাইলে বেছি সময় চাই থাকিব পৰা নাছিলোঁ ,
তেনেতে আৰু দুজন মান মানুহ উঠিল ,জেগা অলপ কম পৰিছিল ,যদিও মই বহা ফালে অলপ খালি আছিল বাবে , নন্দিতা মোৰ কাষলৈ আহি বহিল ,আৰু কথা পাতিব ধৰিলো ,যদিও তাই অলপ শকত আছিল ,গতিকে মোক এতিয়া বহিবৰ বাবে অসুবিধা হৈছিল যদিও মই কোৱা নাছিলোঁ ,জীৱনত প্ৰথম বাৰৰ বাবে ,তাইৰ লগত লগা লগী কৈ বহিছো ,তাতে তাইৰ husband r আগত ,হাহিও উঠিছিল , ভয়ো লাগিছিল , অথনি boyfriend বুলি কৈ থোৱা আছে😂😂,
তাইৰ হাত খন মোৰ গাত লাগি আছিল ,আৰু টাৰ্ণিং থকা জেগাত তাই মোৰ ফালে আৰু মই তাৰ ফালে ,হাউলি আহিছি লো ,কোনো ডাঙৰ কথা নহয় , টাৰ্ণিং ত ছবেই হাউলি যাই ,কিন্তু মোৰ বাবে বহুত আছিল সেয়া ,আৰু সেইটো আপুনি অনুভৱ কৰিব নে নাই মই নাজানো ,কিন্তু মই অনুভৱ কৰিছিলোঁ ,এটি আনন্দৰ
ক্ৰমাৎ আন্ধাৰ হৈ আহিছিল ,গণেশ মন্দিৰ ৰ ওচৰৰ ৰাস্তা টো বৰ বেয়া আছিল ,সেই সময়ত , যেতিয়া সেই ৰাস্তা টো ক্ৰমাৎ আহি পাইছিলু ,তাই মোৰ হাতখনত জোৰেৰে ধৰিছিল ,যিহেতু ৰাস্তাৰ অবস্থা বৰ বেয়া আছিল আৰু থেকেচনিত বহাৰ অসুবিধা হৈছিল আৰু মইও ভাল পাইছি লো ,, নন্দিতাই মোৰ হাতত ধৰিছিল 😍 ,তেনেদৰেই কৈ থাকোঁতে ,আমাৰ নমাৰ সময় আহি পৰিছিল ,আৰু আমি মেজিক খনৰ পৰা নামিলো ,সিহঁতে টেম্পো এখন পালে ,আৰু তাতে যোৱা সিদ্ধান্ত কৰিলে আৰু মোৰ চাইকেল আছিল গতিকে মই চাইকেল খনকে উলিয়ালো ,
তাই যোৱা সময়ত ,পলাশ ভাল লাগিল লগ পাই ,বুলি কলে আৰু মইও মিছিকিয়া হাঁহি মাৰি মোৰো ভাল লাগিল বুলি কলো ,যদিও subashe একো নকলে ,মইও পাত্তা নিদি লো
By take care বুলি কৈ মইও বাট ললো ,
ওচৰৰে দোকান এখনৰ পৰা তামোল এখন আৰু দুটা মান চেণ্টাৰ ফ্ৰিছ লৈ ঘৰলৈ উভতি লো
মোৰ জীৱনৰ আটাইতকৈ ভাল দিন আছিল ,যদিও দুখ লাগিছিল ,তাই বেলেগ ৰ হোৱা দেখি
এটা কথা কও আপোনালোক ক ,যদি আপুনি কাৰোবাক ভাল পাই ,তেতিয়া তেওঁক বা তাইক আপুনি কৈ দিব ,যদি তাই মানা কৰে বা তেওঁ মানা কৰে ,তেওঁৰ ওপৰত খং কৰাতকৈ নিজকে তাইৰ বা তেওঁৰ উপযোগী কৰি তোলক ,। দুটা মান branded কাপোৰ বা mobile phone বা মোৰ নিচিনা কৈ fair handsom e ঘঁহি নহয় ,আপুনি ভাল হৈ ভাল কিবা এটা কৰি হে তাইৰ উপযোগী হওঁক ,বাহিৰে ধুনীয়া আৰু ভিতৰি খালি হৈ আপুনি কাকো সুখী কৰিব নোৱাৰে ,,
এনেদৰেই মোৰ সময় বৰ যাব ধৰিল আৰু নৰ্থ লখিমপুৰ কলেজ ত মোৰ addnisson হল ,আজি মোৰ ৰুমলৈ বস্তু বোৰ নিব লাগে ,,,
মা বল দেৰি হৈছে , টেম্পু আহি পালেহি
বাকী বোৰ অহা খণ্ড ত ♥️
(অনুগ্ৰহ কৰি ভুল বোৰ শুধৰাই দিব আৰু কেনেকুৱা লাগিল জনাব )
পলাশ উপাধ্যায়
গুৱাহাটী অসম
Funny
ReplyDeleteKeep reading 😀dherai dherai dhnybad hajur lai
DeleteYo xei majja lago da 😂😂😂
ReplyDeleteThank u bunu 💓keep reading
Delete