Posts

Showing posts from August, 2020

The House of 1000 Mirrors

Image
Long ago in a small, faraway village, there was a place known as the House of 1000 Mirrors. A small, happy little dog learned of this place and decided to visit. When he arrived, he hounced happily up the stairs to the doorway of the house. He looked through the doorway with his ears lifted high and his tail wagging as fast as it could. To his great surprise, he found himself staring at 1000 other happy little dogs with their tails wagging just as fast as his. He smiled a great smile, and was answered with 1000 great smiles just as warm and firendly. As he left the House, he thought to himself, "This is a wonderful place. I will come back and visit it often. In this same village, another little dog, who was not quite as happy as the first one, decided to visit the house. He slowly climbed the stairs and hung his head low as he looked into the door. When he saw the 1000 unfriendly looking dogs staring back at him, he growled at them and was horrified to see 1000 little dogs growli...

স্বাধীনতা দিবস আৰু whtsapp status

Image
 কমলা পছন্দ (KP) অলপ চোবাই চোবাই" পলাশ ৰবা, আজি ১৫ আগষ্ট নহয় জানো STATUS এটা দি লও বুলি সি ওচৰৰে ৱাল খনলৈ পিকাই পঠিয়ালে ,    **জন-গন-মন-অধিনায়ক জয় হে ভাৰত-ভাগ্য-বিধাতা জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে।** ৰাষ্ট্ৰীয় সংগীত টি এক মধুৰ শব্দত বাজি উঠিল তাৰ statust ,, মই কলো এইয়া দেশ প্ৰেম হয় জানো ?  ভাৰতবৰ্ষ স্বাধীন হল জানো ?  ভাৰত খন স্বাধীন হোৱা নাই ,আজি লৈকে , বুলি কওঁতে সি মোৰ ফালে অলপ বেকাকে চালে যদিও মই ৰৈ যোৱা নাছিলোঁ ,মোৰ দুখ লাগিছিল ,গোটেই দিন টো ফেচবুকত whtsppp ত                  "मा  तुझे सलाम"    বুলি ১০ ত মান video দি তুমি দেশ খন নিজৰ বুলি কব নোৱাৰা যেতিয়ালৈকে  তুমি নিজৰ মনেৰে মানি নোলোৱা ,যেতিয়া লৈকে তুমি এইবোৰ নকৰা যতে ততে জাবৰ পেলোৱা ,পৰা ধৰি যতে ততে পিকোৱা , যতে ততে শৌচ কৰা ,এইবোৰে তোমাৰ ভাল পোৱা উদঙাই দিছে বুলি কলো        স্বাধীনতা দিৱস whtsppt সীমিত নেকি ?     নে facebook ত ?     দেশ খনক ভাল পাব শিকা ,অলপ মৰম পাবা ,...

খণ্ড ৫ মই নন্দিতাৰ boyfriend 🔥

Image
 ২০১৪ চনৰ hs result দিয়া পাছৰ কিছু দিন পাছত মই নৰ্থ লখিমপুৰ কলেজ ত নাম ভৰ্তি কৰাৰ কথা থিৰাং কৰিলোঁ ,আৰু ইংৰাজী বিষয় টো major হিচাপে লম বুলি ভাবি prospectus খন লবলৈ লখিমপুৰ আহিলো , গোটেই কাম বোৰ কৰি ঘৰলৈ উভতি যোৱাৰ বাবে bus standt ত ৰৈ আছিল ইতিমধ্যে সময় সন্ধিয়া হৈছিল ,আৰু মেজিক এখনত উঠিলো,ঠিক তেনেদৰেই কিছু দুৰ অহা পাছত মেজিক খন ৰখাই দিলে ,মইও ভাবিলো ,কোনোবা উঠিব চাগে , কিন্তু এইয়া নন্দিতা আৰু তাইৰ লগত এজন পুৰুষ ,মই থৰ লাগি ৰলো ,যিবোৰ কথা ইমান দিন ধৰি পাহৰিবলৈ চেষ্টা কৰি আছিলোঁ ,আকৌ সকলো বোৰ এটি দুৰ্ঘটনা গ্ৰস্ত বাহনৰ নিচিনা কৈ সকলো বোৰ যেন চুৰ্ণ বিচুৰ্ণ হৈ গল , আৰে পলাশ কৰ পৰা ? পলাশ ??? পলাশ বুলি  তাই মোৰ হাত খন জোঁকাৰি দিলে মই একো শুনা নাছিলোঁ ,মোৰ কিবা এটা হৈছিল , মইও থত মত খাই ,একো নোহোৱা নিচিনা কৈ মাত লগালোঁ  ,sorry nandita , মই বেলেগ কিবা ভাবি আছিলোঁ , তাই মিছিকিয়া এটা হাঁহি মাৰিলে আৰু কলে result ৰ পাৰ্টি কত ?  (মোক যেন দুই থাপৰ মান লগাব মন আছিল ,এনেই মোৰ খং বেছি ,পাৰ্টি লাগে তোক  ইমান নাটক...

খণ্ড_৪ কেৱল অপেক্ষা মাথোঁ অপেক্ষা

Image
  অপেক্ষা মাথোঁ অপেক্ষা  ৰাতিপুৱা উঠি গৰুহাল লৈ পথাৰলৈ গলো,এডৰা মান হাল বোৱা পাছত মায়ে চাহ অলপ আৰু চামৰে ভাত (ভজা ভাত) লৈ আহিল ,মইও বৰ তৃপ্তি ক খালো ,আলু আৰু খৰিকা আৰু কেঁচা তেল অলপ দি পিটিকা বনালে খুব ভাল লাগে ও ,বুলি মাক কলো  মায়ে কলে এইবাৰ বাঁহ গাজ অলপ কাটি আনিব লাগিব ,খাবলৈ ভালো হয় ,,মইও হব বুলি কৈ হাল বাব ধৰিলো , কিছু হালবোৱা পাছত গৰু  এৰাল দি ওচৰৰ নলা খনতে গা টো তিয়াই ঘৰলৈ আহিলো , আৰু ভাত গিটা খাই কলেজলৈ উলালো , কলেজলৈ গই থাকোঁতে গম পালোঁ মেট্ৰিক ত প্ৰথম বিভাগ পোৱা লৰা ছোৱালী বোৰক অহা ৬ তাৰিখে laptop বিতৰণ কৰা হব ,বৰ সুখ অনুভৱ কৰিছিলোঁ ,আৰু কিছু দিনৰ পাছত laptop লৈ আহি চিলোঁ , এনেদৰে সময় গৈছিল যদিও মই নন্দিতাক পাহৰি ব পৰা নাছিলোঁ ,মই মনত এটা জেদ ভাৱ এটা আনি লৈছিলোঁ যে ,মই ভালদৰে পাছ কৰিম আৰু তাইক প্ৰপছ দিম ,তেতিয়া তাই না বুলিও কব নোৱাৰিব ,ঠিক তেনেদৰেই মই খুব ভালদৰে পঢ়িব ললো ,আৰু hs final ত সুখ্যাতিৰে লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হলো , মই বহুত সুখী আছিলোঁ ,মোক আকৌ সকলোৱে মৰম কৰিব ধৰিছিল ,পলাশ দাদা নিচিনা হব লাগিব বুলি কোৱা শুনিছি লো , মই নিজেই...

খণ্ড-৩ প্ৰথম ভালপোৱাৰ অনুভূতি

Image
  ভালপোৱা নে মূৰ্খামী ?  # best_one আজি কলজেলৈ অহা প্ৰায় ১ মাহ মানেই হল ,মই এই পাঁচ -পাঁচ মধু, বহুত খাইছিলো ,কলেজ খনৰ ওচৰত থকা দলং খনত বহি আড্ডা দিয়া এইবোৰ মোৰ জীৱনৰ এক অংগ হৈ পৰিল ,এদিন পলিটিকেল ৰ ক্লাছ কৰি থাকোতে ,,, " নান্দিতা stand up" বুলি চাৰে খঙে কওঁতে থত মত খাই  মই  কাক নো উঠালে বুলি পাছফালে বেঞ্চত চাওঁতে মোৰ চকু থৰ লাগিছিল ,ইমান ধুনীয়া তাই ,তাই বৰষুণত তিতি আহিছিল ,গতিকে তাই তাইৰ ভাগৰ চুৰ্ণী টিত লাগি থকা পানী খিনি চেপি চেপি উলিয়াই আছিল ,আৰু কথাও পাতি আছিল , মই যেন এসময়ৰ বাবে থমকি ৰৈ গলো ,ইমান ধুনীয়া ছোৱালী মই আজিলৈকে দেখা নাই ,ও মা পগলা হৈ যাম মই , যদিও চাৰে তাইক গালি নকৰিলে তাইৰ ভয় ভয় লগা লগা মুখ খন চাবলগীয়া আছিল  মই তাইৰ লগত কথা পাতিম বুলি থিৰাং কৰিলোঁ ,যিহেতু মোৰ ৰোল নং ৩ আছিল ,অলপ মান দম এটা আৰু 😂😂 পাতিম মানে পতিমেই ক্লাছ শেষ হোৱাৰ পাছত  তাইৰ পাছে পাছে গলো ,তাই  girls common room t সোমোৱা দেখি মই ঘূৰি থমকি ৰৈ দিলোঁ , আৰু তাইৰ ওলাই অহালৈ অপেক্ষা কৰিলোঁ ,কিছু সময়ৰ পাছত তাই ওলাই আহিল ,মইও অলপ মিহিকৈ  Hlw,my sel...

খণ্ড -২ কলেজীয়া জীৱনৰ আৰম্ভনি

Image
কলেজীয়া জীৱনৰ আৰম্ভনি   ARTS OR SCIENCE ?  প্ৰথম বিভাগ মোৰ বাবে এটি অভিশাপ   ৰাতি বনাই থোৱা শুকান ৰুটি আৰু বেছিকৈ চেনী দি লাল চাহ একাপ হাতত লৈ একামুৰ মাৰি ব ধৰোতেই , কমল শইকীয়া (সঠিক নাম উল্লেখ কৰা নাই) আহি পালেহি আৰু কলে পলাশ , কি খবৰ ,মইও দাত গিটা নিকতাই কলো ভালে আছোঁ আপোনাৰ ভাল নে ,তেওঁ ভাল ভাল বুলি কৈ দৰ্জা ফালে চাই কলে ,দেউতা নাই নেকি ,?  মই কলো আছে আছে ,চাহ খাই আছে , ৰব মই মাতি দিছোঁ বুলি কৈ তেওঁক চকী খন আগবহাই দি ভিতৰলৈ গলো , কিছু সময় পাছত দেউতা আহিল আৰু তেওঁৰ লগত কথা পাতিব ধৰিলে সম্ভবত কিবা পইচা পাতি ৰ কথা আছিল চাগে ,মইও ইমান মনোযোগ নিদি লো । অলপ সময় পাছত পলাশ পলাশ বুলি মাতি থকা শুনি বাহিৰলৈ ওলাই আহিলো , আৰু কমল খুৰাই সুধিলে ,কত পঢ়িবি ,NL COLLEGGT লৈ ল ,SEAT পাব  বিজ্ঞান বিভাগ লবি কলা শাখা লৈ কিনো কৰিব জীৱনত ,বুলি কলে  মইও দাত গিটা নিকতাই থিয় হৈ থাকিলো ,আৰু তেওঁ যাও বুলি বাট ললে , দেউতাই হুমুনিয়া এটা কাহী কলে ,কি কৰো মই , জিকা কচু বেচি ইমান টকা পোৱা নাযায় যে মোক টাউন ত থৈ পহুৱাব পৰাৰ ক্ষমতা আছে  মোৰ দুখ লাগিছিল মই প্ৰথম বিভাগ ...

খণ্ড -১ মেট্ৰিক পৰীক্ষা আৰু মই

Image
    মেট্ৰিক পৰীক্ষা আৰু মই  ২০১২ খণ্ড ১  এই বোৰ যে কি কি কৰি থাকে ,স্কুল যাবলৈ সময় হল কাৰো আম ঘূমেই নাই ,বুলি মায়ে কোৱা লগে লগে ,মইও থত মত খাই দমকলৰ ওচৰলৈ দৌৰ মাৰিলো ,, দম কল টো বেয়া ,শুকাই যায় , আকৌ পানী এবালটি ঢালি দিয়াৰ পাছত হে ,পানী ওলাল , মইও হাত ভৰি খিনিত পানী অলপ দি নাকে মুখে গুজি স্কুললৈ বুলি বাট ললো , আমাৰ ৭ জনীয়া দল আছিল ,মই কমলা বা, বলিন, ৰাজীৱ, কৃষ্ণ, বিপুল, বিষ্ণু ইত্যাদি ইত্যাদি ,তেনেকৈ আমাৰ বন্ধুত্ব বহুত গহীন আছিল ,আমি ইজনে সিজনক সময় দিছিলোঁ বহুত ,তেনেদৰেই আমি স্কুল পালোঁ গৈ ,আৰু তাতকে ডাঙৰ কথা আমি ৭ জন লগত বহিছিলোঁ ,আমি গোটেই শ্ৰেণী সাং কৰি ঘৰলৈ উভতি লো ,ঘৰলৈ উভতাৰ পথত আমি সদাই গলি খাইছিলিও ,যিহেতু আমি বহুত হাল্ললা কৰি আহো , তেনেদৰেই ইতিমধ্যে সময়ৰ সোঁতত কৈওতে কওঁতে আজি ২০১২ চনৰ মেট্ৰিক পৰীক্ষাৰ দিন ,মোৰ ঘৰত bike নাছিল গতিকে ঘৰত কেৰিয়াৰ নথকা চাইকেল খনকে লৈ মেট্ৰিক পৰীক্ষা দিবলৈ যাত্ৰা কৰিলোঁ ,মোৰ লগত মোৰ বা কমলা আৰু লগৰ বোৰ আছিল ,কিবা যেন ভয় লাগি আছিল ,মেট্ৰিক পৰীক্ষা বুলি কওঁতে ভয় লগোটো স্বাভাৱিক ,যদিও মোৰ বেছি লাগিছিল ,মোৰ দেউতা...